Bihu danceBihu Kekan

Bihu Geet (English) [ IPA: bihu geet ASM: বিহু গীত]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-15
1. (Abstract Noun) melodious Bihu songs that accompany Bihu dances (like Hunsori)and are accompanied by musical instruments like dhol, pepa, gogona, tal etc. Bihu Geet is symbolic of communication of love and romance among the village youth and the village belles. বিহুৰ নৃত্য, হুঁছৰি আদিৰ লগত গোৱা চহা গীত৷ গাঁৱলীয়া ডেকা-গাভৰুৰ প্ৰেম-ভালপোৱা, আশা-আকাঙ্খাৰ বিভিন্ন দিশ এই গীতসমূহত প্ৰতিফলিত হৈ উঠে৷ ইয়াৰ জড়িয়তে ডেকা-গাভৰুৱে মনৰ ভাব আদান-প্ৰদান কৰে৷